Assam
Breaking
বানত ককবকাইছে উজনিৰ জনতাই। চৰাইদেউ,শিৱসাগৰত এতিয়াও ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানী।
বানাক্ৰান্তক সাহায্য প্ৰদান কৰিবলৈ সোঁত বৈছে ৰাইজৰ। প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰিছে বহুতে। শেহতীয়াকৈ শিৱসাগৰৰ নিমাইজন...

